Skip to main content

Posts

Featured

গাঁৱখনক আৰ্থিক দিশত আগোৱাই নিয়াত মোৰ কৰণীয়ঃ (১)

     (আজিৰ বিষয়ঃ টকা কেনেদৰে উপাৰ্জন কৰিব পাৰি। বিভিন্ন উপায় আৰু ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। শেষলৈকে নিশ্চয় পঢ়িব।) টকা হ’ল এনে এক মাধ্যম যাৰ অবিহনে আপোনাৰ জীৱন অচল হৈ পৰিব। মানুহ জন্মৰ পৰা মৃত্যুলৈকে টকাৰ প্ৰয়োজন হয়। ইয়াৰোপৰি বেমাৰ, বিবাহ, লিখা-পঢ়া, ব্যৱসায়-বাণিজ্য, আমোদ-প্ৰমোদ, আৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে আমাক দৈন্দিন জীৱনত টকাৰ প্ৰয়োজন হয়। ইয়াৰোপৰি আন বিভিন্ন কাৰণত আমাক টকাৰ দৰকাৰ হয়। আপোনাৰ ওচৰত টকা থাকিলে আপুনি যিকোনো কাম কৰিব পাৰে।  বন্ধুসকল! আমি টকাৰ বিষয়ে সকলোখিনি জানো। তথাপিও মোৰ লেখাটি সুন্দৰ কৰিবলৈ অলপ টকাৰ বিষয়ে উল্লেখ কৰিলো। মুঠতে আপোনালোকে গম পালেই আজিৰ লেখাটিত টকাৰ বিষয়ে আলোচনা কৰিম। জানেনে, টকাক উপাৰ্জন, সঞ্চয়, খৰচ, আৰু মুনাফা বা লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰি। বলক এই বিলাকৰ বিষয়ে তলত আলোচনা কৰো। আজি আমি উপাৰ্জনৰ ওপৰতহে আলোচনা কৰিম। বিঃ দ্ৰঃ - এই আলোচনাটিত ১৮ বছৰৰ ওপৰৰ ব্যক্তিৰ কথা কোৱা হৈছে। যিসকল স্কুল এৰিছে। আকৌ, যিসকল স্কুল কেতিয়াও যোৱাই নাই, কিন্তু ইতিমধ্য ১৮ বছৰ পাৰ কৰিছে। এনে ব্যক্তিসকলৰ কথা কোৱা হৈছে। যাৰ কাম কৰি উপাৰ্জন কৰাৰ ক্ষমতা আছে তেনে ব্য

Latest Posts

গাঁৱখনক শৈক্ষিক দিশত আগোৱাই নিয়াত মোৰ কৰণীয়। কি আৰু কেনেধৰনৰ পদ্ধতি প্ৰয়োগ কৰি সফল হব পাৰি? উদাহৰণসহ ব্যাখ্যা কৰা হৈছে।

আধুনিক চিন্তাঃ ফুটবল খেলি মই কি পালো আৰু কি হেৰুৱালো?😡😡😡 ফুটবল ⚽

আলু চাটনি (চুটিগল্প)